Definition: A subject is the person, animal, thing, or idea that does the action or is talked about in a sentence. এটা বাক্যত কাৰ্য কৰা ব্যক্তি, জন্তু, বস্তু বা কথা যাৰ বিষয়ে কোৱা হৈছে, তাক Subject (কৰ্তা বোলা হয়।)
Ex: Ram runs fast.→ Ram = Subject. The dog barks. → Who barks? The dog → The dog = Subject. She is happy. → Who is happy? She → She = Subject
উদাহৰণ: ৰাম দৌৰে। — কোন দৌৰে? ৰাম = Subject . কুকুৰটে ভুকনি মাৰে। — কোন ভুকনি মাৰে? কুকুৰটে = Subject . তেওঁ সুখী। — কোন সুখী? তেওঁ = Subject
Golden Rule: To find the subject, ask: “কাৰ্য্য কোনে কৰিছিল ?”“WHO does the action ?” or “WHAT is the sentence about ?” “বাক্যটো কাক লৈ।”
Note: Every sentence has a subject. প্ৰত্যেক বাক্যত subject থাকে। The subject usually comes before the verb.সাধাৰণতে subject টো ক্রিয়া (verb) ৰ আগতে থাকে। It answers who or what. ই Who / What (কোন / কি) এই প্ৰশ্নৰ উত্তৰ দিয়ে।
Find the subject: The boy plays cricket. Birds fly in the sky. I love reading. Subjects: The boy, Birds, I