Test : 1
Sunil had 18 marbles. He lost 9 marbles. How many marbles are left with him ? (সুনীলৰ ওচৰত 18টা মাৰ্বল আছিল। তেওঁ 9টা মাৰ্বল হেৰুৱালে। তেওঁৰ ওচৰত কিমানটা মাৰ্বল বাকী থাকিল ?)
  • 8
  • 9
  • 10
Explanation: 18 − 9 = 9. Therefore, 9 marbles are left with Sunil. (সেয়েহে সুনীলৰ ওচৰত 9টা মাৰ্বল বাকী থাকিল।)
There are 17 pages in a book. 9 of those pages have been read. How many pages are left to read ? (এখন কিতাপত 17টা পৃষ্ঠা আছে। তাৰ ভিতৰত 9টা পৃষ্ঠা পঢ়া হৈছে। আৰু কিমানটা পৃষ্ঠা পঢ়িবলগীয়া আছে ?) A. 7  B. 8  C. 9  D. 10
  • 7
  • 8
  • 9
  • 10
Explanation: 17 − 9 = 8. Therefore, 8 pages are left to read. (সেয়েহে 8টা পৃষ্ঠা পঢ়িবলগীয়া বাকী আছে।)
There were 13 oranges in a bag. 5 oranges were taken out. How many oranges are left in the bag ? (এটা বেগত 13টা কমলা আছিল। তাৰ ভিতৰত 5টা কমলা উলিয়াই লোৱা হ'ল। বেগত কিমানটা কমলা বাকী থাকিল ?
  • 6
  • 7
  • 8
  • 9
  • 6
  • 7
  • 8
  • 9
Explanation: 13 − 5 = 8. Therefore, 8 oranges are left in the bag. (সেয়েহে বেগত 8টা কমলা বাকী থাকিল।)
There are 18 children in a school. 10 of them went to play. How many children are left in the school now ? (এখন বিদ্যালয়ত 18 জন শিশু আছে। তাৰ ভিতৰত 10 জন খেলিবলৈ গ'ল। এতিয়া বিদ্যালয়ত কিমানজন শিশু বাকী আছে ?)
  • 7
  • 8
  • 9
  • 10
Explanation: 18 children − 10 children = 8 children (18 জন শিশু − 10 জন শিশু = 8 জন শিশু). So, 8 children are left in the school. (সেয়েহে বিদ্যালয়ত 8 জন শিশু বাকী আছে।)
There were 16 biscuits on a plate. 7 of those biscuits were eaten. How many biscuits are left on the plate now ? (এখন থালীত 16টা বিস্কুট আছিল। তাৰ ভিতৰত 7টা বিস্কুট খোৱা হ'ল। এতিয়া থালীত কিমানটা বিস্কুট বাকী আছে ?)
  • 8
  • 9
  • 10
  • 11
Explanation: 16 biscuits − 7 biscuits = 9 biscuits (16টা বিস্কুট − 7টা বিস্কুট = 9টা বিস্কুট) . So, 9 biscuits are left on the plate. (সেয়েহে থালীত 9টা বিস্কুট বাকী আছে।)
There were 20 birds on a tree. 11 of those birds flew away. How many birds are left on the tree now ? (এজোপা গছত 20টা চৰাই আছিল। তাৰ ভিতৰত 11টা চৰাই উৰি গ'ল। এতিয়া গছত কিমানটা চৰাই বাকী আছে ?)
  • 7
  • 8
  • Explanation: 20 birds − 11 birds = 9 birds (20টা চৰাই − 11টা চৰাই = 9টা চৰাই). So, 9 birds are left on the tree. (সেয়েহে গছত 9টা চৰাই বাকী আছে।)