Test : 1
There were 20 birds on a tree. 11 of those birds flew away. How many birds are left on the tree now ? (এজোপা গছত 20টা চৰাই আছিল। তাৰ ভিতৰত 11টা চৰাই উৰি গ'ল। এতিয়া গছত কিমানটা চৰাই বাকী আছে ?)
Explanation: 20 birds − 11 birds = 9 birds (20টা চৰাই − 11টা চৰাই = 9টা চৰাই). So, 9 birds are left on the tree. (সেয়েহে গছত 9টা চৰাই বাকী আছে।)
Mohan had 13 marbles. He lost 8 marbles. How many marbles are left with him ?
(মোহনৰ ওচৰত 13টা মাৰ্বল আছিল। তেওঁ 8টা মাৰ্বল হেৰুৱালে। তেওঁৰ ওচৰত কিমানটা মাৰ্বল বাকী থাকিল ?)
Explanation: 13 marbles − 8 marbles = 5 marbles (13টা মাৰ্বল − 8টা মাৰ্বল = 5টা মাৰ্বল). So, 5 marbles are left with Mohan. (সেয়েহে মোহনৰ ওচৰত 5টা মাৰ্বল বাকী আছে।)
There were 14 toys in a shop. 5 of those toys were sold. How many toys are left in the shop now ? (এখন দোকানত 14টা খেলনা আছিল। তাৰ ভিতৰত 5টা খেলনা বিক্ৰী হ'ল। এতিয়া দোকানত কিমানটা খেলনা বাকী আছে ?)
Explanation: 14 toys − 5 toys = 9 toys (14টা খেলনা − 5টা খেলনা = 9টা খেলনা). So, 9 toys are left in the shop.
(সেয়েহে দোকানত 9টা খেলনা বাকী আছে।)
There were 17 passengers in a bus. 8 of them got down. How many passengers are there in the bus now ? (এখন বাছত 17 জন যাত্ৰী আছিল। তাৰ ভিতৰত 8 জন যাত্ৰী নামি গ'ল। এতিয়া বাছখনত কিমানজন যাত্ৰী আছে ?)
Explanation: 17 passengers − 8 passengers = 9 passengers (17 জন যাত্ৰী − 8 জন যাত্ৰী = 9 জন যাত্ৰী). So, 9 passengers are left in the bus. (সেয়েহে বাছখনত 9 জন যাত্ৰী বাকী আছে।)
There were 19 mangoes on a tree. 11 of those mangoes fell down. How many mangoes are left on the tree ? (এজোপা আমগছত 19টা আম আছিল। তাৰ ভিতৰত 11টা আম সৰি পৰিল। গছত কিমানটা আম বাকী আছে ?)
Explanation: 19 mangoes − 11 mangoes = 8 mangoes (19টা আম − 11টা আম = 8টা আম) So, 8 mangoes are left on the tree. (সেয়েহে গছত 8টা আম বাকী আছে।)
There were 14 pens in a shop. 6 of those pens were sold. How many pens are left in the shop now ? (এখন দোকানত 14টা কলম আছিল। তাৰ ভিতৰত 6টা কলম বিক্ৰী হ'ল। এতিয়া দোকানত কিমানটা কলম বাকী আছে ?)
Explanation: 14 pens − 6 pens = 8 pens (14টা কলম − 6টা কলম = 8টা কলম). So, 8 pens are left in the shop.
সেয়েহে দোকানত 8টা কলম বাকী আছে।
There were 18 apples in a box. 10 of those apples were eaten. How many apples are left in the box now ? (এটা বাকচত 18টা আপেল আছিল। তাৰ ভিতৰত 10টা আপেল খোৱা হ'ল। এতিয়া বাকচত কিমানটা আপেল বাকী আছে ?)